birthbirth control

birth certificate (English) [ IPA: ˈbərθ sərˈtɪfɪkət ASM: বাৰ্থ চাৰটিফিকেট]
Contributed by: Partha P Sarmah on 2011-08-16
1. Legal(Material Noun-Neuter) a certificate issued by the government or any other authorized agency to/(for)a new born baby containing his/her name, date and place of birth and parents' names. Usually it can be obtained from the office of the Registrar of Birth and Death and the information of birth has to be provided to the office within seven days of birth. নতুনকৈ জন্ম হোৱা শিশুৰ বাবে শিশুৰ আৰু মাক-বাপেকৰ নাম, শিশুৰ জন্মৰ তাৰিখ আৰু জন্ম স্থান উল্লেখ কৰি চৰকাৰে বা চৰকাৰৰ মনোনীত কোনো সংস্থাই দিয়া প্ৰমাণপত্ৰ৷সাধাৰণতে জিলা জন্ম-মৃত্যু পঞ্জীয়কৰ পৰা ইয়াক পাব পাৰি৷ জন্মৰ সাত দিনৰ ভিতৰত পঞ্জীয়কৰ কাৰ্যালয়ত জন্মৰ পঞ্জীয়ণ কৰিব লাগে৷